মুখা হ'ল এখনি তিনিমহীয়া ই আলোচনী।প্ৰথম সংখ্যা কিতাপ আকাৰে প্ৰকাশ হ'ল যদিও দ্বিতীয় সংখ্যাৰ পৰা ইন্টাৰনেট মাধ্যমেৰে প্ৰকাশ কৰা হ'ব।মুখা গোষ্ঠীৰ দ্বাৰা এই আলোচনী প্ৰকাশ হয়।
এই সংখ্যাত প্ৰকাশ পাইছে বহুতো শাৰদীয় বিশেষ আৰু মনোৰম লেখা। পঢ়িবলৈ তলৰ সুচীপত্ৰ চাওক
সভাপতি:হৰজিৎ মেধি
সম্পাদক:ৰাজেশ বৈশ্য
লিখনি নিৰ্বাচনী বিভাগ:বৰষা বৰ্মন
প্ৰচাৰ বিভাগ:নৱজ্যোতি বৰ্মন অৰিন্দম শৰ্মা
সম্পাদকীয় মুখা/ তুমি দেখুৱাই দিয়া সৃষ্টিৰ সাহিত্য আশাৰ প্ৰদীপ জ্বলাই ওলাই আহক আকৌ এজাক তৰুণ তৰুণী উজ্বলাই সাহিত্যৰ বন্তি। অসম...
ইমেইল - mukhamagazine@gmail.comফোন/ৱাটছ এপ - ৯১২৬৬ ২১৪২০ঠিকনা - নলবাৰী,অসমৱেবচাইট- www.mukha.ml
সুৰুষ ৰাজবংশী,নলবাৰীৰিদীপ ৰাজখোৱা,তিনিচুকীয়ানৱজানি বৰুৱা শইকীয়া,তিনিচুকীয়াগাম্ভীৰ্য মুদৈ,লখিমপুৰপ্ৰশান্ত বৰা,মাজুলীদিব্যজ্যোতি তালুকদাৰ,বৰজাৰ,নলবাৰীবন্দনা দাস,নলবাৰীপুলক জ্যোতি হাজৰিকা, লখিমপুৰনিপু তালুকদাৰ,পাঠশালাসাগৰিকা দাস, ওদালগুৰিজিন্টুমণি বৰ্মন,নলবাৰীমৃণাল তালুকদাৰ, নলবাৰী